Thursday, June 16, 2022

প্ৰিয়া

 











"প্ৰিয়া"


মন যায় জানা , 

তোমাৰ কাজলসনা দুটি নয়নৰে সৈতে 

কথা পাতিবলৈ, 

বিলীন হৈ যাবলৈ দিয়ানা, 

তোমাৰ কাজলিত দুটি নয়নৰ, 

মিঠা চাৱনিৰ সতে । 


তোমাৰ কিচকিচীয়া চুলিৰ 

সুগন্ধটিয়ে যে 

মোক বৰকৈ আমনি কৰিছে , 


গুলপীয়া ওঁঠযোৰিৰ মিঠা মিঠা 

হাঁহিটিয়ে যে 

উৎফুল্লিত কৰি তুলিছে 

মোৰ মন । 


বিলীন হৱ খোজো 

তোমাৰ প্ৰেমৰ নিলীম সাগৰখনিত । 


সুন্দৰ অন্তৰৰ সুন্দৰী যুৱতী তুমি 

Beauty With Brain 

বুলিব পাৰি, 

যাৰ নামেই হৈছে প্ৰিয়া, 

এটি মিঠা নাম । 


উফ্ অপেক্ষা মাথোঁ

এটি মধু লগনৰ ।।

No comments:

Post a Comment